কংগ্ৰেছী নেতালৈ নীতিন গাডকাৰীৰ জাননী জাৰি।

এটা সাক্ষাৎকাৰৰ ভিডিঅ’ ক্লীপ শ্বেয়াৰ কৰাৰ বাবে আইনী জাননী জাৰি কৰিছে নীতিন গাডকাৰীয়ে।

বিভ্ৰান্তি, প্ৰসংগ বিকৃত কৰাৰ অভিযোগ উত্থাপন কংগ্ৰেছ নেতাসকলৰ বিৰুদ্ধে।