February 28, 2024 কংগ্ৰেছৰ পৰা পদত্যাগ ৰাণা গোস্বামীৰ Share FacebookTwitterWhatsAppTelegramKooEmail কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাণা গোস্বামীয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ সক্ৰিয় সদস্য হিচাপে ২৮ ফেব্ৰুৱাৰীত পদত্যাগ দাখিল কৰিছে। পদত্যাগৰ পিছতে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা ৰাণা গোস্বামীৰ! Author: দৈনন্দিন বাৰ্তা Related Articles পুনৰ বৃদ্ধি পাব টোল কৰঃ পহিলা এপ্ৰিলৰ পৰা টোল কৰ বৃদ্ধিৰ সিদ্ধান্ত দৈনন্দিন বাৰ্তা - March 14, 2026 আজি অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ অন্তিম শুনানি প্ৰক্ৰিয়া সম্পন্ন দৈনন্দিন বাৰ্তা - March 13, 2026 প্ৰকাশৰ বাবে সাজু মানস প্ৰতিম দত্তৰ শিশু-গল্প সংকলন মানুৰ অংকৰ উত্তৰ বহীখন দৈনন্দিন বাৰ্তা - March 13, 2026