December 3, 2023 তেলেংগানাত কংগ্ৰেছৰ অগ্ৰগতি… Share FacebookTwitterWhatsAppTelegramKooEmail কংগ্ৰেছ তেলেংগানাত ৬৩ খন আসনত আগবাঢ়ি আছে । বৰ্তমানেও কংগ্ৰেছ অগ্ৰগতি লাভ কৰি আছে ৫০ খন আসনত । ৪০ খন আসনত বি আৰ এছ আগবাঢ়ি আছে । ৩৩ খন আসনত বি আৰ এছ আগবাঢ়ি আছে । বিজেপি ১ খন আসনত বিজয়ী হোৱাৰ লগতে আন ৮ খন আসনত আগবাঢ়িছে। Author: দৈনন্দিন বাৰ্তা Related Articles দৈনন্দিন বাৰ্তা কাকতৰ মুখ্য সম্পাদক ড° নৰেন হাজৰিকাক সাংবাদিকতাৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান দৈনন্দিন বাৰ্তা - August 19, 2026 অৰুণাচলীৰ গুলীত আহত পৰিয়াললৈ ২ লাখ টকাকৈ সাহায্য দৈনন্দিন বাৰ্তা - August 16, 2026 নগাঁও লোকসভা উপ-নিৰ্বাচনত AIUDFৰ প্ৰাৰ্থী ৰেজাউল কৰিম সৰকাৰ দৈনন্দিন বাৰ্তা - August 13, 2026