Breaking

অত্যধিক জালুক সেৱন কৰিলে স্বাস্থ্যৰ ক্ষতি হোৱাৰ সম্ভাৱনা…

0 94

অত্যধিক জালুক সেৱন কৰাটো স্বাস্থ্যৰ বাবে উপকাৰী নহয়। জালুক মছলা হিচাপে ব্যৱহাৰ কৰা হয়। জালুকত বহু ধৰণৰ আয়ুৰ্বেদিক গুণ পোৱা যায় যিয়ে ইয়াৰ ঔষধি গুণ বৃদ্ধি কৰে। বিশেষকৈ পৰিৱৰ্তিত বতৰত চৰ্দি, কাহৰ আশংকা থাকে, এনে পৰিস্থিতিত জালুক খোৱাটো স্বাস্থ্যৰ বাবে ভাল। জালুক খোৱাৰ অসুবিধা সমূহৰ বিষয়ে জানি লওক…


১/ পেটৰ বিষ
জালুক অতিমাত্ৰা সেৱন কৰিলে পেটৰ বিষ হ’ব পাৰে।

২) হজম শক্তিৰ অৱনতি ঘটিব
জালুক অধিক সেৱন কৰিলে আপোনাৰ পাচনতন্ত্ৰত চাপ পৰিব পাৰে আৰু কোষ্ঠকাঠিন্য হ’ব পাৰে।

৩/ হাঁপানী
জালুক অত্যাধিক খালে হাঁপানী ৰোগত আক্ৰান্ত হ’ব পাৰে।

৪/ এলাৰ্জী
জালুক অতিমাত্ৰা সেৱন কৰিলে এলাৰ্জীৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে। গতিকে খাদ্যাভ্যাসৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক।

৫) মুখত ঘা হোৱা
জালুক আমাৰ মুখৰ স্বাস্থ্যৰ বাবে উপকাৰী নহয় কাৰণ ইয়াৰ ফলত মুখৰ আলচাৰ হ’ব পাৰে।

৬) উচ্চ ৰক্তচাপ
অত্যধিক জালুক সেৱন কৰিলে আপোনাৰ ৰক্তচাপ বৃদ্ধি পাব পাৰে।

৭) হৃদৰোগ
জালুক বেছিকৈ খালে উচ্চ ৰক্তচাপ হয়, সেয়েহে ভৱিষ্যতে হৃদৰোগ হ’ব পাৰে।

৮) প্ৰস্ৰাৱ কৰাত অসুবিধা
জালুক অতিমাত্ৰা সেৱন কৰিলে প্ৰস্ৰাৱত অসুবিধা বা জ্বলা-পোৰা অনুভৱ হ’ব পাৰে।


Leave A Reply