May 18, 2020 অসম সচিবালয়ত কৰোনাক্ৰান্ত ! Share FacebookTwitterWhatsAppTelegramKooEmail দৈনন্দিন বাৰ্তা প্ৰতিবেদন অসম সচিবালয়ত কৰ্মৰত খগেন শইকীয়া নামৰ ব্যক্তি এজনৰ শৰীৰত অতিমাত্ৰা উত্তাপ ধৰা পৰে । উত্তাপ ধৰা পৰা মাত্ৰকে তেখেতক কৰোণাত আক্ৰান্ত হোৱা বুলি সন্দেহ কৰি ততাতৈয়াকৈ আৰক্ষী আৰু চিকিৎসাকৰ্মীয়ে চিকিৎসাকেন্দ্ৰলৈ প্ৰেৰণ কৰে ।। Author: দৈনন্দিন বাৰ্তা Related Articles ১০ দিনীয়া যাত্ৰা সামৰি পৃথিৱীলৈ উভতিল ৪ মহাকাশচাৰী দৈনন্দিন বাৰ্তা - April 11, 2026 লেটাৰনম্বৰসহ ডিষ্টিংচন লাভেৰে উজ্বলিল পশ্চিম দৰঙৰ কনকনা ডেকা দৈনন্দিন বাৰ্তা - April 11, 2026 চি আৰ পি এফৰ ১২৮ নং বেটেলিয়নৰ মুখ্য কাৰ্যালয়ত শৌৰ্য্য দিৱস পালন দৈনন্দিন বাৰ্তা - April 11, 2026