December 4, 2023 আজি মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগণনা, ভোটগণনাত আগবাঢ়িছে ZPM… Share FacebookXWhatsAppTelegramKooEmail মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগণনা। ৪০ খন আসনৰ বাবে অনুষ্ঠিত হৈছিল বিধানসভা নিৰ্বাচন। পুৱা ৮ বজাৰ পৰা আৰম্ভ ভোটগণনা। মিজোৰামত ZPMৰ চাৰিখন আসনত অগ্ৰগতি। Author: দৈনন্দিন বাৰ্তা Related Articles আজি নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনঃ ১৯ লাখ ২ হাজাৰ ৯ জন ভোটাৰে নিৰ্ণয় কৰিব ১৫গৰাকী প্ৰাৰ্থীৰ ভাগ্য দৈনন্দিন বাৰ্তা - October 6, 2026 আজি শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ ভোটগ্ৰহণ দৈনন্দিন বাৰ্তা - October 3, 2026 ‘কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে বিভ্ৰান্তি বিয়াপোৱাৰ চেষ্টা কৰিছে।’- সাংসদ বিজুলী কলিতা মেধি দৈনন্দিন বাৰ্তা - September 29, 2026