লাহৰীঘাটত আৰক্ষীৰ জালত চাইবাৰ অপৰাধী…

লাহৰীঘাটত আৰক্ষীৰ জালত এটা চাইবাৰ অপৰাধী।
শুকুৰবাৰে নিশা মহামাৰী গাঁৱত অভিযান চলাই গ্ৰেপ্তাৰ কৰে চাইবাৰ অপৰাধীটোত।
অপৰাধীটোৰ পৰা জব্দ উত্তৰ লক্ষীমপুৰ উপায়ুক্তৰ ছিল।


ধৃত চাইবাৰ অপৰাধীটোৰ নাম মুজাহিদুল ইছলাম।
ভুৱা পেন কাৰ্ড, আধাৰকাৰ্ড জব্দ চাইবাৰ অপৰাধী মুজাহিদুলৰ পৰা।

Related Articles