চাইকেল চলালে শৰীৰ সুস্থ আৰু সবল থাকে: লাভলীনা

টকীও অলিম্পিকত বক্সিংত ব্ৰঞ্জৰ পদক কৰি সমগ্ৰ দেশ তথা অসমলৈ গৌৰৱ কঢ়িয়াই অনা লাভলিনা বৰগোঁহাই বক্সিং ৰিংত নহয় যোৱা ২ ছেপ্তেম্বৰৰ নিশা মহানগৰীত চাইকেল উঠিল লাভলিনা। গুৱাহাটী মহানগৰীৰৰ গৰচুকস্থিত ৰোড ৰাইডাৰ নামৰ চাইকেল স্ব- ৰুমৰ স্বত্বাধিকাৰ মানিষ পড্ডাৰে আয়োজন সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি লাভ লিনাই কয় শৰীৰ স্বাস্থ্য আৰু সুৱল কৰি ৰাখিবলৈ চাইকেল চলাব পৰামৰ্শ দিয়ে । বহু ব্যস্ততাৰ মাজত লাভলিনাই গৰচুকৰ ৰোড ৰাইডাৰ নামৰ চাইকেল স্ব- ৰুমত উপস্হিত হয় জানিব দিয়ে নিজৰ বস্কিংৰ অনুশীলন যদি সোনকালে আৰম্ভ নকৰে তেনেহলে অসুস্থ হৈ পৰিব পাৰে সেয়েহে অতি সোনকালে নিজৰ অনুশীলন আৰম্ভ কৰিব বাংগালোৰত । উক্ত সম্বৰ্ধনা অনুষ্ঠানত লাভলিনাৰ শৰীৰ সুস্থ থকাৰ বাবে ৰোড ৰাইডাৰ নামৰ চাইকেল স্ব- ৰুমৰ স্বত্বাধিকাৰ মানিষ পড্ডাৰে 91 বেণ্ডৰ চাইকেল উপহাৰ দিয়ে ।। এই অনুষ্ঠান লাভলীনাই কয় অসম চৰকাৰে DPS পদ হিচাপে আগবঢ়োৱা সন্মান গ্ৰহণ কৰিব আৰু এইটো পদে লাভলীনাৰ খেলত কোনো ক্ষতি নকৰে বুলি জানিব দিয়ে। লগতে লাভ লিনাৰ মূল লক্ষ্য আগন্তুক খেলত অসম তথা ভাৰতৰ বাবে পদক অনাৰ । সোণৰ পদকৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব বুলি জানিব দিয়ে ।।

Related Articles