Breaking

বহিঃৰাজ্যৰ পৰা D.El.Ed-B.Ed ডিগ্ৰী লোৱা শিক্ষকৰ বাবে বিপদ…

0 93

শিক্ষকৰ সন্মুখত এইবাৰ আন এক নতুন বিপদ। বহিঃৰাজ্যৰ পৰা D.El.Ed-B.Ed ডিগ্ৰী লোৱা শিক্ষকৰ বাবে বিপদ।

প্ৰতিগৰাকী শিক্ষকৰ ডিগ্ৰী সন্দৰ্ভত হ’ব তদন্ত। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ ভিত্তিতে তদন্ত আৰম্ভ শিক্ষা বিভাগৰ।

শিক্ষামন্ত্ৰী ৰণোজ পেগুয়ে সদৰী কৰে এই তথ্য।

Leave A Reply