দৰং-ওদালগুৰিৰ ব্ৰাহ্মণ সভাৰ ১২৫ বছৰীয়া বাৰ্ষিক অধিৱেশন আৰু শ্ৰী শ্ৰীব্ৰহ্ম যজ্ঞানুষ্ঠান

আজিৰে পৰা আৰম্ভ হ’বলগীয়া দৰং -ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ ১২৫ বছৰীয়া বাৰ্ষিক অধিৱেশন আৰু শ্ৰী শ্ৰীব্ৰহ্ম যজ্ঞানুষ্ঠানৰ ব্যাপক প্ৰস্তুতি।

হাজাৰ হাজাৰ অতিথিক আদৰিবলৈ সাজু উদযাপন সমিতি।

বেদবাক্য মন্ত্ৰৰ ধ্বনিৰে মুখৰিত হ’ব শ্ৰী শ্ৰীব্ৰহ্ম যজ্ঞস্থলী।

শ্ৰীশ্ৰীশম্ভুদেব দেৱ গোস্বামী স্মৃতি বঁটা আৰু শ্ৰেষ্ঠ শাখা সভাৰ বঁটা ঘোষণা।

Related Articles