ঘৰলৈ উভটি আহিল নিৰুদ্দিষ্ট বীৰেণ ডেকা

জিএমচিএইচৰ পৰা নিৰুদ্দেশ হোৱা বীৰেণ ডেকা অৱশেষত উদ্ধাৰ হ’ল। দৈনন্দিন বাৰ্তাত প্ৰকাশ হোৱা বাতৰিৰ পাছতেই সম্ভেদ পোৱা গ’ল বীৰেণ ডেকাৰ। ডাক্তৰৰ মতে মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত সমস্যা থকা বাবেই হঠাৎ এনেকৈ পলায় গৈছিল বীৰেণ ডেকাই। কিন্তু দৈনন্দিন বাৰ্তাৰ বাতৰিৰ পাছত বহুলোকে বিচাৰ খোচাৰ কৰে আৰু বাইহাটা চাৰিআলিৰ পৰা উদ্ধাৰ কৰে ডেকাক।

Related Articles