October 13, 2023 গাজা ষ্ট্ৰীপৰ চিকিৎসালয়ত ভয়ংকৰ বিপৰ্যয়… Share FacebookTwitterWhatsAppTelegramKooEmail গাজা ষ্ট্ৰীপৰ চিকিৎসালয়ত ভয়ংকৰ বিপৰ্যয়। চিকিৎসালয়ত মজুত নাই প্ৰয়োজনীয় জীৱনদায়িনী ইন্ধন তথা সামগ্ৰীৰ। বিশ্ব স্বাস্থ্য সংস্থাৰ সকীয়নি প্ৰদান। সামগ্ৰীসমূহ জৰুৰীভাৱে প্ৰেৰণ নকৰিলে মানৱীয় বিপৰ্যয় ৰোধত ব্যৰ্থ হ’ব বুলি মন্তব্য WHOৰ। Author: দৈনন্দিন বাৰ্তা Related Articles মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিলে মন্ত্ৰী পীয়ুষ হাজৰিকাই – ক্ষেত্ৰীৰ টোপাতলীত দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকচালকক নিজে কৰিলে উদ্ধাৰৰ ব্যৱস্থা । Pijush Hazarika দৈনন্দিন বাৰ্তা - July 13, 2025 ‘মাৰাঠী নাহি বলুংগা’ …ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে সেনা (ইউবিটি)ৰ কৰ্মী ৰোষত পৰিল অটোৰিক্সা চালক ।Marathi Bol Nahi toh Pitai ! Language Dispute in Maharashtra দৈনন্দিন বাৰ্তা - July 13, 2025 ULFA-I :ম্যানমাৰস্থিত আলফা (স্বাঃ)ৰ শিবিৰত ড্ৰোণ আক্ৰমণৰ ঘটনাত জড়িত নহয় অসম আৰক্ষী দৈনন্দিন বাৰ্তা - July 13, 2025