October 13, 2023 গাজা ষ্ট্ৰীপৰ চিকিৎসালয়ত ভয়ংকৰ বিপৰ্যয়… Share FacebookTwitterWhatsAppTelegramKooEmail গাজা ষ্ট্ৰীপৰ চিকিৎসালয়ত ভয়ংকৰ বিপৰ্যয়। চিকিৎসালয়ত মজুত নাই প্ৰয়োজনীয় জীৱনদায়িনী ইন্ধন তথা সামগ্ৰীৰ। বিশ্ব স্বাস্থ্য সংস্থাৰ সকীয়নি প্ৰদান। সামগ্ৰীসমূহ জৰুৰীভাৱে প্ৰেৰণ নকৰিলে মানৱীয় বিপৰ্যয় ৰোধত ব্যৰ্থ হ’ব বুলি মন্তব্য WHOৰ। Author: দৈনন্দিন বাৰ্তা Related Articles FIFA World Cup 2026: আজি ফিফা বিশ্বকাপৰ দ্বিতীয়খন মেচ দৈনন্দিন বাৰ্তা - June 12, 2026 ২০০৭ চনৰ পৰাই পৃথিৱীৰ প্ৰায় সকলো প্ৰান্ততে কমি গৈছে জন্মহাৰৰ গতি দৈনন্দিন বাৰ্তা - June 11, 2026 আজিৰে পৰা আৰম্ভ FIFA ফুটবল বিশ্বকাপ দৈনন্দিন বাৰ্তা - June 11, 2026