Breaking

নেপালত ভয়ংকৰ ভূমিকম্প, নিহত ৭০ জন…

0 54

নেপালত নিশা ভয়ংকৰ ভূমিকম্প৷

ভূমিকম্পত নিহত ৭০ গৰাকী ব্যক্তি, আহত বহুজন৷

ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৬.৪ ৷

ভূমিকম্পৰ অভিকেন্দ্ৰ পশ্চিম নেপালৰ জাজৰক’ড জিলাৰ ৰামিদাণ্ডা ৷

ধ্বংসস্তূপৰ মাজত এতিয়াও বহু লোক আৱদ্ধ৷

উদ্ধাৰ অভিযানত অব্যাহত৷

দিল্লী-NCR, উত্তৰপ্ৰদেশ, বিহাৰতো ভূমিকম্পৰ জোকাৰণিৰ অনুভৱ৷

Leave A Reply