July 24, 2024 নেপালৰ কাঠমাণ্ডুত ভয়ংকৰ বিমান দুৰ্ঘটনা! নিহত ৫ জনকৈ লোক… Share FacebookTwitterWhatsAppTelegramKooEmail নেপালৰ কাঠমাণ্ডুত ভয়ংকৰ বিমান দুৰ্ঘটনা। উৰণৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন। ত্ৰিভূৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উৰণৰ সময়তে দুৰ্ঘটনা সংঘটিত হয়। বিমানখনত আছিল ১৯ গৰাকী যাত্ৰী। বৰ্তমানলৈকে দুৰ্ঘটনাটোত মৃত্যু হয় ৫ জনকৈ লোকৰ। Author: দৈনন্দিন বাৰ্তা Related Articles উদীয়মান শিল্পীৰ বাবে ‘জুবিন গাৰ্গ পুঁজি’ গঠনৰ ঘোষণা ড° ৰীতা চৌধুৰীৰ দৈনন্দিন বাৰ্তা - December 14, 2025 ভাৰত সেৱাশ্ৰম সংঘৰ তিনিচুকীয়া শাখাৰ বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ দৈনন্দিন বাৰ্তা - December 13, 2025 সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ । দৈনন্দিন বাৰ্তা - December 13, 2025