হোজাই ৰেলপথত মৃতদেহ উদ্ধাৰ

হোজাইত ৰেলপথত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য৷

হোজাইত ৰেলৰ খুন্দাত নিহত এজন যুৱক।

হোজাই এক নং ৰেলগেটৰ পৰা প্ৰায় 500 মিটাৰ দূৰত্বত উদ্ধাৰ হয় মৃতদেহটো৷

দুৰ্ঘটনাত পতিত যুৱক জন হোজাই সুভাস নগৰৰ ৰফিক আহমেদ বুলিব জানিব পৰা গৈছে।

ঘটনাস্থলীত হোজাই ৰেল আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু তদন্ত আৰম্ভ কৰিছে৷

Related Articles