Breaking

গেংষ্টাৰৰ পৰা মৃত্যুৰ ভাবুকি পাঞ্জাবী গায়ক বাবু মানক…

0 55

পাঞ্জাবী কণ্ঠশিল্পী বাবু মানক বাম্বিহা চক্ৰৰ পৰা ফোনযোগে মৃত্যুৰ ভাবুকি। কণ্ঠশিল্পীগৰাকীৰ নিৰাপত্তা বৃদ্ধি কৰিছে আৰক্ষীয়ে।

পঞ্জাৱ আৰক্ষীয়ে লাভ কৰা চোৰাংচোৱাৰ তথ্য অনুসৰি গেংষ্টাৰ গোটটোৱে গায়ক মানক হত্যা কৰাৰ পৰিকল্পনাত

নাবালক ল’ৰা আৰু পূৰ্বৰ কোনো অপৰাধজনিত অভিলেখ নথকা লোকক ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে।

Leave A Reply