June 27, 2021 আজি লাডাখলৈ যাব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং Share FacebookTwitterWhatsAppTelegramKooEmail লাডাখত সেনাৰ সৈতে মত-বিনিময় কৰিব ৰাজনাথ সিঙে ৷লাডাখত ভাৰত-চীনৰ মাজত বিবাদ আৰম্ভ হোৱাৰ পৰা বৰ্তমানলৈ অব্যাহত আছে চেপা উত্তেজনা, সেয়ে পুনৰ আলোচনাত মিলিত হোৱাৰ পোষকতা কৰিছে দুয়োখন দেশৰ বিষয়াসকলে ৷ Author: দৈনন্দিন বাৰ্তা Related Articles Aarian Zeeshan Ahmed: NASAত জিলিকিল অসম সন্তান আৰয়ান জিছান আহমেদ দৈনন্দিন বাৰ্তা - December 22, 2025 Ammonia-Urea Project Namrup: ১০ হাজাৰ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব নামৰূপৰ এমোনীয়া-ইউৰীয়া প্ৰকল্পৰ দৈনন্দিন বাৰ্তা - December 22, 2025 Young Writer Honour: দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ বালিদোৱাৰ যুৱ লেখক সমীৰ ভূষণ বৰালৈ “যুৱ লেখক সন্মান” দৈনন্দিন বাৰ্তা - December 22, 2025