দিল্লী বিস্ফোৰণৰ পাছতে চাঞ্চল্যকৰ তথ্য প্ৰকাশ!(Delhi blast)
৬ ডিচেম্বৰত ভয়াৱহ আক্ৰমণৰ পৰিকল্পনা আছিল সন্ত্ৰাসবাদীৰ।
কুখ্যাত জইছ-ঈ-মহম্মদে ৰচিছিল বিস্ফোৰণৰ ভয়ংকৰ পৰিকল্পনা।
বাবৰি মছজিদ ধ্বংসৰ প্ৰতিশোধৰ বাবে ধাৰাবাহিক বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল।
প্রথম পর্যায়ত জইছ-ঈ-মহম্মদ, আনছাৰ গজবাট উল হিন্দৰে এটা টীম গঠন কৰিছিল।
দ্বিতীয় পর্যায়ত বিস্ফোৰক সামগ্রী একত্ৰীকৰণ কৰা।
তৃতীয় পর্যায়ত IEDসমূহ প্ৰস্তুত কৰি সংস্থাপনৰ স্থান পৰীক্ষণ কৰা।
চতুর্থ পৰ্যায়ত কূটাঘাতকাৰীৰ হাতত বিস্ফোৰক সামগ্রী তুলি দিয়া।
পঞ্চম পর্যায়ত বিস্ফোৰণ ঘটোৱা।
NIAৰ তদন্তত উন্মোচিত হৈছে কূটাঘাতকাৰীয়ে দিল্লী ধ্বংল কৰাৰ পৰিকল্পনা।
পেহেলগামৰ ঘটনাৰ পিছতে আন এখ ডাঙৰ ঘটনাৰ সন্মুখীন ভাৰত।
Delhi blast: দিল্লী বিস্ফোৰণৰ পাছতে চাঞ্চল্যকৰ তথ্য প্ৰকাশ!

