আজি দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনা। (Delhi Election Results)
৭০ আসনত ৬৯৯ প্ৰাৰ্থীৰ উদয় হ’ব ভাগ্য।
১.৫৫ কোটি ভোটাৰে নিৰ্ণয় কৰিব ৬৯৯ প্ৰাৰ্থীৰ ভাগ্য।
পুৱা ৮ বজাৰ পৰা আৰম্ভ হয় ভোটগণনা পৰ্ব।
৫ ফেব্ৰুৱাৰীত দিল্লীত অনুষ্ঠিত হৈছিল বিধানসভা নিৰ্বাচন।
আজি ভাগ্য নিৰ্ণয় হ’ব অৰবিন্দ কেজৰিৱাল, মনীষ ছিছ’ডিয়া, সন্দীপ দীক্ষিত, প্ৰৱেশ বাৰ্মাৰ দৰে বহু ৰথী-মহাৰথীৰ।
ভোটগণনাৰ বাবে কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে।
আনহাতে দিল্লীত এইবাৰ আপৰ পৰিৱৰ্তে বিজেপিৰ চৰকাৰ গঠনৰ ইংগিত এগজিট প’লৰ।

