Breaking

হাতীগাঁৱত বিধ্বংসী অগ্নিকাণ্ড! সৰ্বস্ব হেৰুৱাই দিশহাৰা ৰাইজ

0 67

গুৱাহাটী মহানগৰীৰ হাতীগাঁৱত বিধ্বংসী অগ্নিকাণ্ড! 

সৰ্বস্ব হেৰুৱাই দিশহাৰা ৰাইজ!

বৃহস্পতিবাৰে নিশা এই অগ্নিকাণ্ড সংঘটিত হয়।

হাতীগাঁও চাৰিআলিৰ মছজিদৰ বিপৰীত দিশত সংঘটিত হয় এই ভয়াবহ অগ্নিকাণ্ড।

চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই জুই সৃষ্টি হয়।

বিধ্বংসী জুইত সকলো হেৰুৱাই দিশহাৰা ৰাইজ।

Leave A Reply