December 16, 2023 মাজুলীত বিধ্বংসী অগ্নিকাণ্ড ! মঞ্জু পেগু নামৰ এগৰাকী মহিলাৰ হোটেলত অগ্নিকাণ্ড… Share FacebookTwitterWhatsAppTelegramKooEmail মাজুলীত বিধ্বংসী অগ্নিকাণ্ড৷ মঞ্জু পেগু নামৰ এগৰাকী মহিলাৰ হোটেলত অগ্নিকাণ্ড৷ জুইত জাহ যায় প্ৰায় ৫ লক্ষাধিক টকাৰ সামগ্ৰী ৷ শ্বৰ্টচাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ৷ Author: দৈনন্দিন বাৰ্তা Related Articles যোৰহাট জিলাত কি হ’ব ৰাজনৈতিক সমীকৰণ : নৱ প্ৰজন্মক বিছাৰিছে ভোটাৰে দৈনন্দিন বাৰ্তা - January 28, 2026 কংগ্ৰেছ নেতাৰ ছত্ৰছায়াত লখিমপুৰত বাংলাদেশী নাগৰিকৰ আগ্ৰাসনৰ অভিযোগ দৈনন্দিন বাৰ্তা - January 24, 2026 মোৰ বিৰুদ্ধে কংগ্ৰেছে ষড়যন্ত্ৰ কৰিছে, সকলো আদালতত ক’মঃ শিখা শৰ্মা দৈনন্দিন বাৰ্তা - January 21, 2026