Breaking

আচাম ষ্ট্ৰেট পাৱাৰ ইনঞ্জিনিয়াৰ্চ এচ্‌চিএেছন আৰু পাৱাৰ ৱ’কাৰ্চ  ইউনিয়নৰ যৌথ মঞ্চৰ ডিব্ৰুগড়ত ধৰ্না কাৰ্যসুচী 

0 2,040

সমগ্ৰহ ভাৰতবৰ্ষ লগলে পাৱাৰ  ৱ’কাচ্‌ ইউনিয়ন আৰু ইনঞ্জিনিয়াৰ্চ এচ্‌চিএেছনে যৌথ ভাবে ডিব্ৰুগত বিদুৎ সংশোধনি বিল ২০২১বাতিলৰ দাবিত হাতে হাতে প্লেকাড্‌ লৈ ১০/০৮/২০২১ তাৰিখে একঘণ্টীয়া পতিবাদি  কায্যসূচি  ৰোপায়নণ কৰাৰ লগতে বিদুৎ খণ্ড ব্যক্তিগত কৰন বন্ধ   কৰক, অসম চৰকাৰ সুচিয়াৰ , ৰাজহোৱা বিদুৎ খণ্ড ব্যক্তিগত কৰন বন্ধ কৰক, পুৰনা পেঞ্চন নিধী বাহাল ৰাখক,থলোৱা লোকৰ নিযুক্তি বহাল ৰাখক  অসম চৰকাৰ হায় হায় । কেন্দিয় চৰকাৰ হায় হায়। অস্তায়ী কৰ্মচাৰি চাকৰি নিয়মীয়া কৰন কৰক। বিজেপি চৰকাৰ হায় হায় পাৱাৰ ৱ’কাৰ্চ্‌ ইউনিয়ন জিন্দাবাদ আদি শ্লগান দি প্ৰতিবাদ হাব্যষ্ট কৰে লগতে আনাগত দিনত এনে ৰাজহুৱা খণ্ডক ব্যক্তি গতকৰণ নকৰিবৈল চৰকাৰক আহ্বান জনায় আৰু আনাগত দিনত এনে বিলৰ পক্ষত থাকিলে জনসাধাৰনৰো অপকাৰ কৰিব বুলি জিনিবলৈ দিয়ে। চৰকাৰে  ব্যক্তিগতকৰন নিতি যদিহে বন্ধ নকৰে  তেতিয়া  হলে  ইয়াত অনাগত দিনত   আৰু জংগি অন্দোলনৰ কাৰ্যসূচি ৰূপায়নৰ কৰৰিব বুলি জানিবলৈ দিয়ে । কাৰ্যসুচিত উপস্তিত থাকে পাৱাৰ  ৱকাচ্‌ ইউনিয়ন আৰু ইনঞ্জিনিয়াৰ্চ এচ্‌চিয়েচএে যৌথ ভাবে লোৱা কাৰ্যসুচিত পাৱাৰ  ইনঞ্জিনিয়াৰ  এচ্‌ছিএছনৰ হৈ শ্ৰীযুত ৰঞ্জন দত্ত ,শীযুত মনোজ ফুকন ,শ্ৰীযুত বিতুপন পাথৰিকে ধৰি  কেইবাজনো শিৰ্ষ পয্যায়ৰ বিষয়াৰ উপস্তিতিত লগতে বহুত সংক্ষ্যক কৰ্মচাৰি উপস্তিতি দেখাপোৱ যায়। পাৱাৰ ৱকাচ্‌ ইউনিয়নৰ  সংম্প্ৰাদক বিপ্লব গোঁহাই, অপূৰ্ব ফুকন ,গ্ৰিছ গোৱালা,উৎপল হাজৰিকা। লগতে বহু সংক্ষ্যক কৰ্মচাৰিয়ে হাতে হাতে প্লে কাৰ্দ লৈ  আজি ডিব্ৰুগড় জিলা মূক্ষ্য কাৰ্যবাহি  বিষয়াৰ কায্যালয়ৰ সন্মুখত পতিবাদ কায্যসুচী সাব্যস্ত কৰা দেখা পোৱা যায়। 

Leave A Reply