Dhemaji News: ধেমাজি বৰগাঁও ৰে’ল গেটত দুই যুৱকৰ সৈতে ভয়ংকৰ ঘটনা!

ধেমাজি বৰগাওঁ ৰে’ল গেটত ভয়ংকৰ ঘটনা। (Dhemaji News)

নিশা কামৰূপ এক্সপ্ৰেছে মহতিয়ালে দুই যুৱকক।

কামৰূপ এক্সপ্ৰেছৰ খুন্দাত থিতাতে নিহত বৰগাঁৱৰ গাঁও প্ৰধান অমিত সোনোৱাল আৰু উত্তম সোণোৱাল।

নিশা ২.১৫ বজাত ডিব্ৰুগড়ৰ পৰা অহা কামৰূপ এক্সপ্ৰেছে মহতিয়ালে দুই যুৱকক।

ৰে’ল গেটত কৰ্মৰত ৰে’লৱে কৰ্মচাৰীৰ ভুলৰ বাবেই দুই যুৱকৰ মৃত্যু হোৱা দাবী পৰিয়ালৰ।

ঘটনাস্থলীত জি আৰ পি উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

ঘটনাস্থলীত উপস্থিত দণ্ডাধীশ ডিম্পী ভট্টাচাৰ্য।

উৎকট গৰমৰ বাবে দুই যুৱকে নিশা ৰে’ল লাইনত বহি থকাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে।

Related Articles