Breaking

জুৱাৰীৰ বিৰুদ্ধে ধিং আৰক্ষীৰ তীব্ৰ অভিযান; আটক তিনি

0 73

জুৱাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰিছে ধিং আৰক্ষীয়ে। ধিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজা ইৰশ্বাদে এফালৰ পৰা চাফা কৰি যাবলৈ চেষ্টা কৰিছে জুৱাৰ ঘাটি।

জানিব পৰা মতে, সোমবাৰে নিশা ধিং আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি লাঙ্গিয়া গাঁৱৰ পৰা এক জুৱাৰ ঘাটি উৎখাত কৰাৰ লগতে উত্তৰ কলাডুবাৰ চাইদুল ইছলাম, এমৰাজুল ইছলাম , ২ নং লাঙ্গিয়াৰ ৰহমত আলীক আটক কৰে৷

Leave A Reply