ধুবুৰী জিলা সাহিত্য সভাৰ উপ-সভাপতিৰ মৃত্যু। বিশিষ্ট সাহিত্যিক তথা অৱসৰপ্ৰাপ্ত শিক্ষক আবুল কালাম আৰু নাই। চাপৰৰ শালকোচা নিজ বাসগৃহত শেষ নিঃশ্বাস ত্যাগ কৰে কালামৰ।মৃত্যুৰ পূর্বে ১৪ খন গ্ৰন্থ ৰচনা কৰিছিল কালামে।তেখেতৰ মৃত্যুত গভীৰ শোঁক প্ৰকাশ বিভিন্ন দল সংগঠনৰ।



