July 19, 2023 ডিব্ৰুগড়ৰ চাউলখোৱাত সন্দেহজনক হেৰ’ইন, গাঞ্জা উদ্ধাৰ… Share FacebookTwitterWhatsAppTelegramKooEmail ডিব্ৰুগড়ৰ চাউলখোৱাত সন্দেহজনক হেৰ’ইন, গাঞ্জা উদ্ধাৰ। গাভৰুপথাৰ আৰক্ষী চকীৰ অভিযানত উদ্ধাৰ হেৰ’ইন, গাঞ্জা। চাউলখোৱাৰ মণিৰ হুছেইন নামৰ লোকজনৰ ঘৰত উদ্ধাৰ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৰুজু কৰিছে এটা গোচৰ। Author: দৈনন্দিন বাৰ্তা Related Articles গুৱাহাটীৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্ধোধন দৈনন্দিন বাৰ্তা - February 25, 2026 উজনি অসমত এইবাৰ ৰাজ-মিস্ত্ৰীৰ ৰূপত মিঞা চোৰ দৈনন্দিন বাৰ্তা - February 25, 2026 গুৱাহাটীত এইচ ডি এফ চি বেংকে নতুনকৈ মুকলি কৰিলে প্ৰযুক্তি আৰু ডিজিটেল ফেক্টৰী দৈনন্দিন বাৰ্তা - February 24, 2026