বিকাশৰ বাবে গঠিত আন্ত:ৰাষ্ট্ৰীয় মঞ্চ G-20ৰ তালিকাত অন্তৰ্ভুক্ত হ’ল ডিব্ৰুগড় বিশ্ববিদ্যালয়। কুৰিতকৈও অধিক গৱেষণা পত্ৰ লৈ স্বীকৃতি৷ বিশ্ববিদ্যালয়খনৰ ২১ টা বিষয়ে লাভ কৰিলে পেটেন্ট(স্বীকৃতি)।
ইয়াৰে ১৫টা Department of Pharmaceutical Sciences ৰ।

উল্লেখ্য যে বিগত মাহত ভাৰতৰ অধ্যক্ষতাত G-20ৰ “University connect:Enaging young minds” শীৰ্ষক এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল বিশ্ববিদ্যালয়খনে।

ভাৰতৰ অধ্যক্ষতাত সম্পন্ন G-20ৰ এক বিশেষ কাৰ্যসূচীত বিগত মাহত অংশগ্ৰহণ কৰিছিল বিশ্ববিদ্যালয়খনে৷