November 22, 2020 পুনৰ আছুৰ সভাপতি পদত দীপাংক নাথ Share FacebookTwitterWhatsAppTelegramKooEmail আছুৰ সভাপতি ৰূপে পুনৰ নিৰ্বাচিত হয় দীপাংক নাথ । ইয়াৰোপৰি সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছে শংকৰজ্যোতি বৰুৱা ।ইয়াৰ পূৰ্বে দুলীয়াজানৰ অন্তিম দিনাৰ অধিৱেশনত আছু ত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল লুৰিণ জ্যোতি গগৈয়ে । কালি এই ঘোষণা কৰা হয় দুলীয়াজান ক্লাবত। Author: দৈনন্দিন বাৰ্তা Related Articles অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমল সৃষ্টি “নৃসিংহ যাত্ৰা” ভাওনাৰ সফল মঞ্চায়ন দৈনন্দিন বাৰ্তা - March 20, 2026 BJP-বিজেপিৰ প্ৰাৰ্থী তালিকাত হ্ৰাস পালে মহিলা প্ৰাৰ্থীৰ সংখ্যা দৈনন্দিন বাৰ্তা - March 20, 2026 যোৰহাটত কংগ্ৰেছৰ গৌৰৱ গগৈ-বিজেপিৰ হিতেন্দ্ৰ নাথ গোস্বামীৰ মাজত যুজ এখন হ’ব… দৈনন্দিন বাৰ্তা - March 20, 2026