Breaking

নগাঁৱৰ SP লীনা দলেক বদলিৰ সিদ্ধান্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ…

0 122

জোনমণি দলেৰ মৃত্যু সন্দৰ্ভত চি আই ডিৰ সংবাদমেলৰ প্ৰায় আধাঘন্টা পূৰ্বে আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ে দিলে এক নতুন নিৰ্দেশ ।

এই নিৰ্দেশ অনুসৰি নগাঁও আৰু লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক ক্ৰমে লীনা দলে আৰু বেদান্ত মাধৱ ৰাজখোৱাক বলদিৰ সিদ্ধান্ত লৈছে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ।

ইয়াৰ ওপৰিও সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব চিবিআইৰ হাতলৈ যোৱাৰ সম্ভাৱনা দেখা দিছে ।

Leave A Reply