Breaking

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশৰ শোভাযাত্ৰাত ভাৰতীয় জনতা যুৱ মৰ্চা ৰঙিয়া নগৰ মণ্ডলৰ উদ্যোগত বিনামূলীয়া পানী বিতৰণ…

0 728

৯৩ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ আজি অন্তিম দিন ।

অসমৰ বিভিন্ন স্থানৰ পৰা লক্ষ্য লক্ষ্য ভকত ,আই-বাপ আহি ভৰি পৰিছে অধিৱেশনস্থলী ।

ৰাতিপুৱা ১০ বজাৰ পৰা আৰম্ভ হয় ভাগৱত শোভাযাত্ৰা ।

২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে ৰঙিয়া চহৰৰ মাজৰে উলিওৱা হয় এই যাত্ৰা ।

ভাৰতীয় জনতা যুৱ মৰ্চা ৰঙিয়া নগৰ মণ্ডলৰ উদ্যোগত বিনামূলীয়া পানী বিতৰণ । তেওঁলোকৰ এই পদক্ষেপক সকলোৱে শলাগ লৈছে ।

বাৰে ৰহনীয়া অসমৰ কৃষ্টি কলা প্ৰদৰ্শন কৰা হয় এই ভাগৱত শোভাযাত্ৰাত ।

অধিৱেশনৰ মুকলি সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

Leave A Reply