Breaking

বৰপেটা বি টি কলেজত জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ‘মক ড্ৰিল’

0 8

বৰপেটা বি টি কলেজত জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ‘মক ড্ৰিল’। বৰপেটা জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত আৰু অনিনিৰ্বাপক বাহিনীৰ সহযোগত বৰপেটা বি টি কলেজত দুৰ্যোগৰ সময়ত নিজকে আত্মৰক্ষা কৰিব পাৰি তাৰেই এক ছাত্ৰ-ছাত্ৰীৰ মাজত অনুশীলন।

বৰ্তমান ফাগুন-চ’ত মাহৰ বতৰ। এই সময়তে বিভিন্ন উৎসৰ পৰা জুই লগাৰ সুযোগ। তাৰেই অংশস্বৰূপে ছাত্ৰ-ছাত্ৰীৰ দ্বাৰাই ৰাইজৰ মাজত সজাগতা অনাৰ উদ্দেশ্যে অগ্নি নিৰ্বাপনৰ ‘মক ড্ৰিল’ৰ সজাগতা আয়োজন।

Leave A Reply