সিজোৱা কণী বাকলি গুচোৱাত অসুবিধাৰ সন্মুখীন হয় নেকি…

আপুনি হয়তো প্ৰতিদিনে কণী খাই, কিন্তু আপুনি জানেনে কণী বাকলি গুচোৱাত কিয় অসুবিধাৰ সন্মুখীন হয়? কণীত প্ৰচুৰ পৰিমাণে প্ৰটিন, ভিটামিন আৰু অন্যান্য পুষ্টিকৰ উপাদান থাকে। কিন্তু আজি আমি আপোনালোকক কণীৰ সৈতে জড়িত বহু কথা জনাম। কণী উতলাৰ পিছত বহু সময়ত বাকলি গুচোৱাৰ সময়ত সমস্যাৰ সৃষ্টি হয়। যদি আপোনাৰ লগতো এনেকুৱা হয় তেন্তে আপুনি মনত এটা কৌশল। কণী উতলিবলৈ দিয়াৰ আগতে পিনেৰে ফুটা এটা কৰি ল’ব। এনে কৰিলে আপুনি দেখিব যে কণী উতলাৰ পিছত বাকলিবোৰ সহজে এৰি আহিছে। ইয়াৰ উপৰিও উতলি থকাৰ সময়ত এচামুচ নিমখো দিব।

সিজোৱা কণীৰ বাকলি সহজে আৰু পৰিষ্কাৰকৈ গুচাবৰ বাবে পাঁচ মিনিট ঠাণ্ডা পানীত ৰাখিব লাগে।

Related Articles