মধ্য অসমত আজি বছৰৰ প্ৰথমটো উচ্ছেদ।(Doboka Eviction)
পুৱাই উপস্থিত বুলড’জাৰ, আৰক্ষী-বাহিনী।
প্ৰচণ্ড শীতৰ মাজতে ভাঙি দিয়া হৈছে বেদখলকাৰীৰ ঘৰ।
নৱবৰ্ষৰ দ্বীতিয়টো দিনত ডবকাত সৰ্ববৃহৎ উচ্ছেদ অভিযান।
৬ হাজাৰতকৈ অধিক ভূমিত প্ৰশাসনে চলাইছে উচ্ছেদ।
উচ্ছেদৰ পূৰ্বে আঁতৰি যায় অধিকাংশ লোক।
ডবকাৰ মৌডংগা সংৰক্ষিত বনাঞ্চলত ১২৫০ টাকৈ অধিক পৰিয়ালত উচ্ছেদ।
মছজিদ-মাদ্ৰাছাকে ধৰি ভাঙিছে ঘৰ-দোৱাৰ।
ডবকাৰ মৌডংগা সংৰক্ষিত বনাঞ্চলত বৃহৎ উচ্ছেদ অভিযান।
৬ হাজাৰ বিঘা ভূমি কৰিব বেদখল মুক্ত।
১২৫০ টা পৰিয়ালে অবৈধ ভাৱে গাঁৱ পাতি সাজিছিল ঘৰ-দুৱাৰ, তামুলবাৰী
ইতিমধ্যে ঘৰ-দুৱাৰ ভাঙি স্থান এৰিছে।

