Breaking

কণীৰ সৈতে নাখাব এই পাঁচটা বস্তু…

0 44

আপুনি কণী খাই ভাল পাই নেকি? আজিৰ এই প্ৰতিবেদন কণী খাই ভালপোৱা সকলৰ বাবে। যদি আপুনি কণীৰ সৈতে এই পাঁচটা বস্তু খাই, তেন্তে স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। কণী খোৱাৰ সময়ত সাৱধান হোৱাটো জৰুৰী। আজি আমি আপোনালোকক জনাম কণী কি কি বস্তুৰ সৈতে সেৱন কৰিব নালাগে-

যদি আপুনি মদৰ প্ৰতি আকৰ্ষিত আৰু কণীও ভাল পায়, তেন্তে দুয়োটা বস্তু একেলগে সেৱন কৰা উচিত নহয়। অৰ্থাৎ মদ আৰু কণী একেলগে খাব নালাগে।

মিঠা আৰু কণী একেলগে খাব নালাগে। ইয়াৰ বাবেই আপুনি মেদবহুলতাৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে।

কণী আৰু দৈ একেলগে সেৱন কৰিব নালাগে।

কণীৰ লগত ছাইট্ৰাছ ফল খোৱাৰ পৰা বিৰত থাকিব লাগে। আচলতে টেঙা ফলত এচিডৰ পৰিমাণ বেছি আৰু তাৰ বাবেই কণী নষ্ট হৈ যায় আৰু পেটৰ লগত জড়িত ৰোগৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।

কণী খাই ভালপোৱা সকলে এই নিয়ম সমূহ মানি চলিব লাগে।

Leave A Reply