June 29, 2022 APSC নতুন অধ্যক্ষ ৰূপে নিযুক্তি ড° অজন্তা নাথক Share FacebookTwitterWhatsAppTelegramKooEmail APSC নতুন অধ্যক্ষ ৰূপে নিযুক্ত ড° অজন্তা নাথ।জামুগুৰিৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ পৰিসংখ্যা বিভাগৰ সহকাৰী অধ্যাপিকা । ড° অজন্তা নাথক ২০১৮ চনত অসম লোক সেৱা আয়োগৰ সদস্য হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছিল। Author: দৈনন্দিন বাৰ্তা Related Articles অসমৰ বাস্তৱিক উন্নয়নক ‘AI’ বুলি কংগ্ৰেছৰ ভুৱা প্ৰচাৰ , অসমৰ প্ৰকৃত উন্নয়নক বিশ্বাসত ল’ব পৰা নাই কংগ্ৰেছে দৈনন্দিন বাৰ্তা - March 10, 2026 Assam Rajya Sabha: বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ যোগেন মহন, তেৰছ গোৱালা আৰু প্ৰমোদ বড়ো দৈনন্দিন বাৰ্তা - March 10, 2026 Maharaja Prithu Flyover: আজি মুকলি হ’ব মহাৰাজ পৃথু উৰণসেতুঃ ৰাজ্যৰ ভিতৰতে দীৰ্ঘতম উৰণসেতু দৈনন্দিন বাৰ্তা - March 10, 2026