Breaking

লখিমপুৰৰ বিহপুৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অমূল্য কুমাৰ হাজৰিকাক নিলম্বন শিক্ষা সংসদৰ…

0 116

লখিমপুৰৰ বিহপুৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষক নিলম্বন।

অধ্যক্ষ ড০ অমূল্য কুমাৰ হাজৰিকাক নিলম্বন অসম উচ্চ শিক্ষা সংসদৰ। অধ্যক্ষগৰাকীৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰিৰ অভিযোগ।

কম্পিউটাৰৰ তথ্য চুৰি, মহিলা শিক্ষয়িত্ৰী-কৰ্মচাৰীক দুৰ্ব্যৱহাৰৰ অভিযোগ।

Leave A Reply