জামুগুৰিহাটৰ চিকিৎসক, কবি, লেখক, সমাজকৰ্মী ডাঃ হৰেণ শইকীয়াক ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ৰ সম্বৰ্ধনা

১১ ফেব্ৰুৱাৰী পৰা দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে “ঘৰে ঘৰে দৈনন্দিন বাৰ্তা, দ্য আছাম ৰাইজিং,আলোক প্ৰভঞ্জন আৰু মোবাইলে মোবাইলে বি নিউজ” অভিযান আৰম্ভ কৰা হয়।

এই অভিযানৰ অংশ হিচাপে জামুগুৰিহাটৰ চিকিৎসক, কবি, লেখক, সমাজকৰ্মী ডাঃ হৰেণ শইকীয়াক ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’য়ে প্ৰেৰণ কৰা এখন ফুলাম গামোচা, প্ৰশস্তি পত্ৰ, এখন দৈনন্দিন বাৰ্তা,

এখন দ্য আছাম ৰাইজিং আৰু আলোক প্ৰভঞ্জন কাকতেৰে সম্বৰ্ধনা জনোৱা হয়!

Related Articles