স্বচ্ছ ভাৰত গঢ় দিয়াৰ দিশত Dr. JKSH Medical Collegeৰ ছাত্ৰ একতা সভাৰ সদস্যসকল

Dr. JKSH Medical College ছাত্ৰ একতা সভাৰ সদস্য সদস্যা সকলে স্বচ্ছতাৰ‌ দিশত মহাবিদ্যালয়ৰ সকলোকে অনুপ্ৰাণিত কৰিবৰ বাবে মহাবিদ্যালয়ৰ বহি চিকিৎসা বিভাগ অংশটো পৰিস্কাৰ কৰে । ছাত্ৰ একতা সভাৰ সদস্য সদস্যা সকলে ২ অক্টোবৰ “গান্ধী জয়ন্তী” প্ৰৰ্যন্ত ছাত্ৰ একতা সভাই স্বচ্ছ ভাৰত গঢ় দিয়াৰ দিশত হাতত লোৱা বিভিন্ন কাৰ্যসূচী সমূহত মহাবিদ্যালয়ৰ সকলোকে অংশগ্ৰহণ কৰিবলৈ আহ্বান‌ জনায় ।

Related Articles