December 13, 2023 আজি মধ্যপ্ৰদেশত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ড০ মোহন যাদৱৰ… Share FacebookTwitterWhatsAppTelegramKooEmail আজি মধ্যপ্ৰদেশত নতুন চৰকাৰৰ শপত গ্ৰহণ। মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ড০ মোহন যাদৱৰ। ভূপালৰ মতিলাল নেহৰু ষ্টেডিয়ামত শপত গ্ৰহণ অনুষ্ঠান। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ। Related Articles Jayanta Malla Baruah: সাংবাদিকক অপমান কৰি অৱশেষত নিজৰ ভুল স্বীকাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ দৈনন্দিন বাৰ্তা - June 29, 2025 Jayanta Malla Baruah গৰুখুঁটিৰ গাই ক্ৰয়ত মন্ত্ৰী পত্নীৰ ফাৰ্ম! জয়ন্ত মল্ল বৰুৱাৰ সংবাদমেলত স্পষ্টীকৰণ দৈনন্দিন বাৰ্তা - June 27, 2025 Mamata Banerjee: দীঘা সমুদ্ৰৰ পাৰত চাহ-বিস্কুটৰ সোৱাদ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ দৈনন্দিন বাৰ্তা - June 27, 2025