Dr paridhi sharma: ড° পৰিধি শৰ্মাক মনত আছেনে ? পঞ্চায়ত নিৰ্বাচনত জয় লাভ ড° পৰিধি শৰ্মা ওৰফে ধ্ৰুৱজ্যোতি শইকীয়াৰ

ড° পৰিধি শৰ্মা ছদ্ম নামেৰে চৰ্চিত হোৱা ধ্ৰুৱজ্যোতি শইকীয়াৰ জয়লাভ পঞ্চায়ত নিৰ্বাচনত।(Dr paridhi sharma)

শিৱসাগৰ জিলাৰ দিখৌমুখ পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল ধ্ৰুৱজ্যোতি শইকীয়াই।

কংগ্ৰেছ সমর্থিত প্রার্থী আছিল ধ্ৰুৱজ্যোতি ওৰফে ড° পৰিধি শৰ্মা।

ৱাৰ্ডটোৰ ৩৪৪টা ভোটৰ ভিতৰত ১৪৪টা ভোট লাভ কৰি বিজয় সাব্যস্ত কৰে ধ্ৰুৱজ্যোতি শইকীয়াই।

কিছুদিন পূৰ্বে ছদ্মনামেৰে চৰ্চাত আহিছিল ড° পৰিধি শৰ্মা ছদ্ম নামেৰে চৰ্চিত হোৱা ধ্ৰুৱজ্যোতি শইকীয়া।


Related Articles