দৈনন্দিন বাৰ্তাৰ সেৱা,১১ নৱেম্বৰঃ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে ড° ৰমেশ চন্দ্ৰ চুতীয়াই৷ মনোৰঞ্জন কাকতিৰ বিপৰিতে অসম উচ্চতৰ মাধ্যমিকৰ শিক্ষা সংসদৰ সচিব হিচাপে নিযুক্তি লাভ কৰিছে ড° ৰমেশ চন্দ্ৰ চুতীয়াই।