ওজন হ্ৰাস কৰিবলৈ কুমলীয়া ৰঙালাওৰ ৰস সেৱন কৰক…

কুমলীয়া ৰঙালাওত বহুতো পুষ্টিকৰ উপাদান থাকে। কুমলীয়া ৰঙালাওৰ দ্বাৰা আপোনাৰ ওজন কমাবলৈ সহজ হ’ব। আজি আমি আপোনালোকক কম কেনেকৈ কুমলীয়া ৰঙালাওৰ সহায়ত কেনেকৈ ওজন কমাব পাৰি। ৰঙালাওত ভিটামিন এ, ভিটামিন বি, ভিটামিন ডি পোৱা যায়। যিয়ে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ কাম কৰে।আনহাতে যদি আপুনি আপোনাৰ ওজন কমাব বিচাৰে তেন্তে আপুনি কুমলীয়া ৰঙালাও খাব পাৰে-
কুমলীয়া ডালিমৰ ৰস

ওজন কমাবলৈ কুমলীয়া ৰঙালাও ৰস খাব পাৰি। ইয়াৰ বাবে কুমলীয়া কুমলীয়া ৰঙালাওৰ সৰু সৰুকৈ কাটি লওক। এতিয়া মিক্সিত দি পিহি লওক। তাৰ পিছত সেইখিনি ফিল্টাৰ কৰি গিলাচ এটাত উলিয়াই জালুক আৰু নিমখ দি পান কৰক। যদি আপুনি দৈনিক ৰাতি কুমলীয়া ৰঙালাও ৰস সেৱন কৰে তেতিয়া ওজন কমাব পাৰিব।

ওজন কমাবলৈ কুমলীয়া ৰঙালাওৰ চুপ খাব পাৰে। এই চুপ বনাবলৈ প্ৰথমে কুমলীয়া ৰঙালাওখিনি সৰু সৰুকৈ কাটি লওক। এতিয়া প্ৰেচাৰ কুকাৰত লৈ হুইচেল মাৰিব। এতিয়া ব্লেণ্ডাৰৰ সহায়ত মিহলাই লওক। এতিয়া কেৰাহীত ঘিউ দি অলপ গৰম কৰক আৰু তাত জিৰা আৰু সৰিয়হৰ দিয়ক মিহলাওক। এতিয়া তাত নিমখ দি সেৱন কৰক।

Related Articles