May 6, 2024 জখলাবন্ধাৰ সৰুভগীয়াত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু আৰ্টিগা বাহনৰ চালক… Share FacebookTwitterWhatsAppTelegramKooEmail জখলাবন্ধাৰ সৰুভগীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা। গেছভৰ্তি টেংকাৰ-আৰ্টিগা বাহনৰ মাজত মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত আৰ্টিগা বাহনৰ চালকৰ মৃত্যু। মৃত চালকজন যোৰহাটৰ অভিজিৎ শইকীয়া। গুৰুতৰভাৱে আহত মহিলাসহ আন দুজন। Author: দৈনন্দিন বাৰ্তা Related Articles যোৰহাট জিলাত কি হ’ব ৰাজনৈতিক সমীকৰণ : নৱ প্ৰজন্মক বিছাৰিছে ভোটাৰে দৈনন্দিন বাৰ্তা - January 28, 2026 কংগ্ৰেছ নেতাৰ ছত্ৰছায়াত লখিমপুৰত বাংলাদেশী নাগৰিকৰ আগ্ৰাসনৰ অভিযোগ দৈনন্দিন বাৰ্তা - January 24, 2026 মোৰ বিৰুদ্ধে কংগ্ৰেছে ষড়যন্ত্ৰ কৰিছে, সকলো আদালতত ক’মঃ শিখা শৰ্মা দৈনন্দিন বাৰ্তা - January 21, 2026