মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত দাতিয়াল বঢ়ি গাৱৰ পৰা নিশা ১১ বজাত লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিয়য়া অজিত বঢ়োৰ নেতৃত্বত আৰক্ষীৰ সজাতী দলে গোপন সূত্ৰৰ পম খেদি ড্ৰাগছ সৰবৰাহী মতিউৰ ৰহমান ( ২৯ ) ৰ বাসগৃহৰ পৰা হাতে লোটে ১৮ কন্টিনাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহী মতিউৰ ৰহমানকো কৰায়ত্ব কৰি আজি ধৃত ড্ৰাগছ সৰবৰাহীৰ বিৰূদ্ধে Case No 247/21 U S 22 ( A ) 29 NDPS ধাৰাত গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে

