October 29, 2023 সুৰামত্ত চালকে মহটিয়ালে মহিলাসহ বাহন Share FacebookTwitterWhatsAppTelegramKooEmail মহানগৰীৰ চন্দ্ৰপুৰত ভয়ংকৰ দুৰ্ঘটনা। সুৰামত্ত চালকে মহটিয়ালে মহিলাসহ এখন বাহন। দুৰ্ঘটনাত আহত গংগা চৌধুৰী নামৰ এগৰাকী মহিলা। দুৰ্ঘটনা সংঘটিত কৰা বাহনত উদ্ধাৰ সুৰাৰ বটল আৰু মাংস। চন্দ্ৰপুৰৰ পৰা নাৰেংগী অভিমুখী আছিল বাহনখন। Author: দৈনন্দিন বাৰ্তা Related Articles BJP: বিজেপি দলৰ তালিকা DB NEWSৰ হাততঃ বিজেপিৰ ৫ গৰাকী বিধায়কৰ টিকট কৰ্তন দৈনন্দিন বাৰ্তা - March 18, 2026 Gas Cylinder: গেছ কেনেকৈ ৰাহি কৰিব পাৰিঃ LPGৰ নাটনিৰ সময়ত গেছ ৰাহি কৰক দৈনন্দিন বাৰ্তা - March 18, 2026 Pradyut Bordoloi: আজি গেৰুৱা বসন পিন্ধিব প্ৰদ্যুৎ বৰদলৈয়েঃ মঙলবাৰে কংগ্ৰেছ দল ত্যাগ কৰে সাংসদগৰাকীয়ে দৈনন্দিন বাৰ্তা - March 18, 2026