দুলীয়াজানত আছুৰ খহনীয়া। (Duliajan AASU News)

এজনৰ পিছত সিজন ছাত্ৰ সন্থাৰ বিষয় ববীয়াৰ আছু ত্যাগ। নাওশলীয়া ছাত্ৰ সন্থাৰ সমূহীয়া পদত্যাগ।


ইতিমধ্যে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক ৰহন বৰুৱা আৰু ক্ৰীড়া সম্পাদক শচীন্দ্ৰ সোণোৱালে পদত্যাগ কৰিছে।

সেইদৰে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত নাওহলীয়া ছাত্ৰ সন্থাৰ সভাপতি লোহিত ইন্দুৱাৰ আৰু সম্পাদক অৰুণ চুব্বা সহ সমূহীয়া পদত্যাগ কৰে।

আনহাতে দুলীয়াজান আছুৰ আন এক শাখা ভাদৈ শাখা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আনন্দ কুৰ্মীয়ে পদত্যাগ কৰিছে।
দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দিগন্ত বড়া, সহকাৰী সাধাৰণ সম্পাদক বেদান্ত খনিকৰ, সাহিত্য সম্পাদক সমীৰণ মিশ্ৰ।