March 20, 2024 অসম জাতীয় পৰিষদ ত্যাগ দুলু আহমেদৰ… Share FacebookTwitterWhatsAppTelegramKooEmail অসম জাতীয় পৰিষদ প্ৰাথমিক সদস্য পদ ত্যাগ দুলু আহমেদৰ। অজাপৰ নেতৃত্বলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে দুলু আহমেদে। কিন্তু, জাহাজৰ প্ৰতীকতে বৰপেটাত অৱতীৰ্ণ হ’ব দুলু আহমেদ। আনহাতে লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে ক্ষোভ উজাৰি পত্ৰ দুলু আহমেদৰ। Related Articles ৰাজা ৰঘুবংশী হত্যাকাণ্ডঃ “৩ বছৰে ৰাজক ৰাখী পিন্ধাইছিল সোনমে” – বিস্ফোৰক মন্তব্য সোনমৰ ভাতৃ গোবিন্দৰ, দোষীক ফাঁচীৰ দাবী । Raja Raghuvanshi Murder Case দৈনন্দিন বাৰ্তা - June 11, 2025 ২০২৬ৰ নিৰ্বাচনতে ৰাজ্যৰ সক্ৰিয় ৰাজনীতিলৈ উভতি অহাৰ সম্ভাৱনা ফণীন্দ্ৰনাথ শৰ্মাৰ ! Phanindranath Sharma দৈনন্দিন বাৰ্তা - June 11, 2025 এদিনৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হ’ব অখিল গগৈ ! Assembly দৈনন্দিন বাৰ্তা - June 9, 2025