দুর্গা পূজাক লৈ SOP জাৰি মহানগৰ আৰক্ষীৰ।(Durga Puja 2025)
SOP সমূহ হ’ল-
ট্রেফিক নিয়ন্ত্ৰণ কৰাত পূজা কমিটীসকলে গুৰুত্ব দিব লাগিব।
মদ্যপান কৰি পূজা মণ্ডপত যাব নোৱাৰিব।
ভক্তসকলৰ বাবে বিনামূলীয়াকৈ পানী যোগান দিব লাগিব।
শব্দ প্ৰদূষণ কৰিব নোৱাৰিব।
পূজা কমিটীসমূহে পথত পেণ্ডেল তৈয়াৰ কৰিব নোৱাৰিব।
প্রতিখন পূজা কমিটীক CCTV লগোৱাৰ নিৰ্দেশ।
নিশালৈকে পূজাত থাকিব লাগিব স্বেচ্ছাসেৱকসকল।
স্বেচ্ছাসেৱকসকলৰ তালিকা আৰক্ষীক দিব লাগিব।
প্ৰতিজন ভক্তৰ নিৰাপত্তাৰ ওপৰত ওপৰত গুৰুত্ব দিব লাগিব।
থাকিব লাগিব হেল্প ডেস্ক, মেডিকেল ডেস্ক।
VIPসকল পূজালৈ আহিলে পূর্বেই আৰক্ষীক জনাব লাগিব।

