মাটি ফাটি পানী ওলোৱাত টংলাত আতংক

আজি ৰাতিপুৱা পূৱা ৭:৫৩ মিনিটত অহা ভয়ংকৰ ভূমিকম্পৰ জোকাৰণীয়ে সমগ্ৰ ৰাজ্যত তীব্ৰ আতংক সৃষ্টি কৰে।ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত বহু অঞ্চলত বহু লোকৰ পকী ঘৰৰ বেৰ, গ্লাছ, ভাঙি যোৱাৰ লগতে বটাবাৰী গাওঁৰ খৈৰাপাৰা চুবাৰ সমীপত আজি অহা ভূমিকম্পৰ ফলত মাটি ফাটি পানী ওলোৱা ঘটনাই জনগণৰ মাজত আতংকৰ সৃষ্টি কৰে।

Related Articles